New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-2-1539134824.jpg)
প্ৰতিকী ফটো
- শুকুৰবাৰে পুনৰ হ্ৰাস পাব পেট্ৰ'ল-ডিজেলৰ দাম।
- গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰ'লৰ দাম হ'ব ৭৭.৭৯ টকা।
- ডিজেলৰ দাম হ'ব প্ৰতি লিটাৰত ৭৩.৫৪ টকা।
- যোৱা ৩ দিন ধৰি অপৰিৱৰ্তিত হৈ আছিল দাম।
- ৪৭ পইছাকৈ হ্ৰাস পাব প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম।
- প্ৰতিলিটাৰত ডিজেলৰ দাম হ্ৰাস পাব ৪৪ পইছাকৈ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us