অর্থনীতি মুখ্য-পৃষ্ঠা মঙলবাৰে পুনৰ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য মঙলবাৰে পুনৰ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য asomiyapratidin 27 Nov 2018 09:18 IST Follow UsNew Updateমঙলবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।আজি প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.৪৩ টকা।ডিজেলৰো প্ৰতিলিটাৰত হ্ৰাস হ'ল ০.৪২ টকা।আজি গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৭৩.৬৪ টকা।ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৯.৪৭ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক