New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/petrol-diesel_625x300_1530356543930kkjh.jpg)
প্ৰতিকী ফটো
- শনিবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ১৩ পইচা।
- ইফালে ডিজেলত প্ৰতিলিটাৰত বাঢ়িল ১৬ পইচাকৈ।
- গুৱাহাটীত শনিবাৰে প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭১.৪৮ টকা।
- ইয়াৰ লগতে প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৭.৮১ টকা।
- বিগত কিছুদিন ধৰি বৃদ্ধি হৈ আছে পেট্ৰ'ল-ডিজেলৰ মূল্য।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us