/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/petrolpump-U101412498688GE-621x414@LiveMint.jpg)
প্ৰতীকি ফটো
ডিজিটেল ডেস্কঃ ধাৰাবাহিকভাৱে দ্বিতীয় দিনাও হ্ৰাস পালে পেট্ৰ'লৰ মূল্য। বৃহস্পতিবাৰে প্ৰতি লিটাৰ পেট্ৰ'লত ৬ পইচা হ্ৰাস হোৱাৰ পাছত শুকুৰবাৰে ১১ পইচাকৈ হ্ৰাস পালে প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য। শুকুৰবাৰে ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭২.৬৯ টকা। পেট্ৰলক মূল্য হ্ৰাস হোৱাৰ বিপৰীতে স্থিৰাৱস্থাতে আছে ডিজেলৰ মূল্য। বৰ্তমান প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৬ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us