New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/petrol-jjjj.jpg)
প্ৰতিকী ফটো
- মঙলবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.০৮ টকা।
- ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.১১ টকা।
- বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৭০.৬৯ টকা।
- প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.৩৪ টকা।
প্ৰতিকী ফটো