পেট্ৰ’ল-ডিজেলৰ মূল্যই সৃষ্টি কৰিছে অভিলেখ

পেট্ৰ’ল-ডিজেলৰ মূল্যই সৃষ্টি কৰিছে অভিলেখ

author-image
asomiyapratidin
New Update
বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • বৃহস্পতিবাৰে বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭ পইচা বৃদ্ধি।
  • ৮ পইচাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ ডিজেলৰ দাম।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লত ৭১.২৬ টকা।
  • আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম হ'লগৈ ৬৭.৫২ টকা।
  • বিগত বহুদিন ধৰি অব্যাহত আছে ইন্ধনৰ মূল্যবৃদ্ধি।
  • যাৰ বাবে অসুবিধাত পৰিছে সাধাৰণ ৰাইজ।
  • কিয়নো কিছুদিন ধৰি কম পৰিমাণে হ'লেও দৈনিক বৃদ্ধি পাইছে মূল্য।