অর্থনীতি গুৱাহাটী সোমবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য… সোমবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য… asomiyapratidin 27 Jan 2020 12:08 IST Follow UsNew Updateপ্ৰতিকী ফটো হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।গুৱাহাটীত সোমবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৫.৯৪ টকা।দেওবাৰে এই মূল্য আছিল ৭৬.৫৫ টকা।গুৱাহাটীত সোমবাৰে ডিজেলৰ মূল্য ৬৯.৮১ টকা।দেওবাৰে এই মূল্য আছিল ৭০.৪৯ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক