পুনৰ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য

পুনৰ হ্ৰাস পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • পুনৰ হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • দেওবাৰে গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস হয় ০.৪৩ টকা।
  • ইফালে ডিজেলৰ প্ৰতিলিটাৰত ০.৪৯ টকা হ্ৰাস।
  • বৰ্তমান  গুৱাহাটীত পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭৪.৪৪ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য ৭০.৩২ টকা।