পুনৰ গ্ৰাহকক মাধমাৰ

পুনৰ গ্ৰাহকক মাধমাৰ

author-image
asomiyapratidin
New Update
আজিও বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • দেওবাৰেও বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭ পইচা বৃদ্ধি।
  • ৯ পইচাকৈ বৃদ্ধি পালে প্ৰতিলিটাৰ ডিজেলৰ দাম।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লত ৭০.৯৪ টকা
  • আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম হ'লগৈ ৬৭.১৪ টকা।