পেট্ৰ’ল-ডিজেলে কঢ়িয়াইছে ভাল খবৰ

পেট্ৰ’ল-ডিজেলে কঢ়িয়াইছে ভাল খবৰ

author-image
asomiyapratidin
New Update
হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • বৃহস্পতিবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৮ পইচা হ্ৰাস।
  • ইফালে ৮ পইচাকৈ হ্ৰাস পালে প্ৰতিলিটাৰ ডিজেলৰো মূল্য।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লত ৭২.২৮ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৭.২৩ টকা।