New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/petrol-diesel-pic-pim.jpg)
ফাইল ফটো
- পুনৰ বৃদ্ধি পালে ডিজেলৰ মূল্য।
- গুৱাহাটীত দেওবাৰে ডিজেলৰ মূল্য ০৭ পইচা বৃদ্ধি।
- ইফালে হ্ৰাস পাইছে পেট্ৰ'লৰ মূল্য।
- প্ৰতিলিটাৰ প্ৰেট্ৰ'লত হ্ৰাস পাইছে ০৫ পইচা।
- গুৱাহাটী মহানগৰীত দেওবাৰে পেট্ৰ'লৰ প্ৰতিলিটাৰত ৭২.৮৪ টকা।
- আনহাতে প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.৯০ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us