গুৱাহাটীত বুধবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য…

গুৱাহাটীত বুধবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য…

author-image
asomiyapratidin
New Update
হ্ৰাস পালে  ডিজেলৰ মূল্য, কিন্তু…

  • গুৱাহাটীত বুধবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৪.১০ টকা।
  • মঙলবাৰে এই মূল্য আছিল ৭৭.৯৯ টকা।
  • গুৱাহাটীত বুধবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৭.৬৫ টকা।
  • মঙলবাৰে এই মূল্য আছিল ৬৭.৫৫ টকা।
  • উল্লেখ্য যে, বিগত কিছুদিন ধৰি ইন্ধনৰ মূল্যৰ তাৰতম্য ঘটি আছে।
  • বুধবাৰে মঙলবাৰৰ তুলনাত কিছু পৰিমাণে বৃদ্ধি পালে ইন্ধনৰ মূল্য।