New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/petrol_2_1.jpeg)
- ধাৰাবাহিকভাৱে ষষ্ঠদিনাও পেট্ৰলৰ মূল্য কোনো সাল সলনি হোৱা নাই।
- ইয়াৰ পৰিৱৰ্তে ৪ দিনৰ পাছত হ্ৰাস পালে ডিজেলৰ মূল্য।
- প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পালে ৫ পইচাকৈ।
- চলিত মাহত প্ৰতিলিটাৰ পেট্ৰলত ৯০ পইচা আৰু ডিজেলত ৬৫ পইচাকৈ পাইছে হ্ৰাস।
- শনিবাৰে দিল্লীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য ৭১. ৯৯ টকা।
- ইফালে প্ৰতি লিটাৰ ডিজেলৰ মূল্য ৬৫.৩৮ টকা।