New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/petrol-diesel_625x300_1530356543930kkjh.jpg)
প্ৰতিকী ফটো
- পুনৰ বৃদ্ধি পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- গুৱাহাটীত শুকুৰবাৰে পেট্ৰ'লত ০৭ পইচা বৃদ্ধি।
- ইফালে ডিজেলৰ প্ৰতিলিটাৰত বৃদ্ধি ০৮ পইচা।
- গুৱাহাটী মহানগৰীত শুকুৰবাৰে পেট্ৰ'লত প্ৰতিলিটাৰত ৭২.৩৯ টকা।
- আনহাতে প্ৰতিলিটাৰ ডিজেলত বদ্ধি পালে ৬৬.৬১ টকা।