New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- বৃহস্পতিবাৰে বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
- আজি প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৪২ পইচাকৈ।
- গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৮.৩৮ টকা।
- ইফালে আজি বৃদ্ধি পালে ডিজেলৰো মূল্য।
- প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৩২ পইচাকৈ বৃদ্ধি।
- আজি গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬২.৮৭ টকা ।