শুকুৰবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য

শুকুৰবাৰৰ পেট্ৰ’ল-ডিজেলৰ মূল্য

author-image
asomiyapratidin
New Update
চেঞ্চুৰী মৰাৰ দিশে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • শুকুৰবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
  • গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ০.১৫ টকা।
  • ডিজেলৰ প্ৰতিলিটাৰত হ্ৰাস পালে ০.১০ টকা।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লত ৭০.৪৩ টকা।
  • প্ৰতিলিটাৰ ডিজেলৰ মূল্য ৬৬.১৫ টকা।