শনিবাৰে গ্ৰাহকৰ বাবে ভাল খবৰ কঢ়িয়ালে পেট্ৰ’ল ডিজেলে

শনিবাৰে গ্ৰাহকৰ বাবে ভাল খবৰ কঢ়িয়ালে পেট্ৰ’ল ডিজেলে

author-image
asomiyapratidin
New Update
চেঞ্চুৰী মৰাৰ দিশে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • শনিবাৰে অপৰিৱৰ্তিত হৈ ৰ'ল ডিজেলৰ মূল্য।
  • গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলৰ মূল্য আজি ৬৫.৯৯ টকা।
  • ইয়াৰ বিপৰীতে ১০ পইচাকৈ হ্ৰাস পালে পেট্ৰলৰ মূল্য।
  • বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য ৬৯.৭৪ টকা।
  • বিগত কিছুদিন ধৰি সলনি হৈ আছে প্ৰেট্ৰ'ল আৰু ডিজেলৰ মূল্য।
  • গ্ৰাহকক মাধমাৰ সুধাই দৈনিক বৃদ্ধি হৈছে ইন্ধনৰ মূল্য।