New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/10/petrol-bizz-May-21.jpg)
প্ৰতিকী ফটো
- বৃহস্পতিবাৰে অপৰিৱৰ্তিত হৈ ৰ'ল পেট্ৰ'লৰ মূল্য।
- গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ'লৰ মূল্য আজি ৬৯.৯১ টকা।
- ইয়াৰ বিপৰীতে ডিজেলৰ প্ৰতিলিটাৰত বৃদ্ধি পালে ০.০৫ টকা।
- বৰ্তমান গুৱাহাটীত প্ৰতিলিটাৰ ডিজেলত ৬৫.৯৯ টকা।
- বিগত কিছুদিন ধৰি সলনি হৈ আছে প্ৰেট্ৰ'ল আৰু ডিজেলৰ মূল্য।