New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/petrolnew-ki6H-621x414@LiveMint.jpg)
ফাইল ফটো
- শুকুৰবাৰে পুনৰ বৃদ্ধি পালে পেট্ৰ'লৰ মূল্য।
- প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পালে ৮ পইচাকৈ।
- গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.১২ টকা।
- ইফালে, প্ৰতিলিটাৰ ডিজেলত আজি হ্ৰাস পালে ১১ পইচাকৈ।
- আজি প্ৰতিলিটাৰ ডিজেলৰ দাম গুৱাহাটীত ৬৭.৭৫ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us