দেওবাৰে বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য…

দেওবাৰে বাঢ়িল পেট্ৰ’ল-ডিজেলৰ মূল্য…

author-image
asomiyapratidin
New Update
হ্ৰাস পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • ধাৰাবাহিকভাৱে দ্বিতীয় দিনাও বৃদ্ধি পালে পেট্ৰল-ডিজেলৰ মূল্য।
  • দেওবাৰে প্ৰতি লিটাৰ পেট্ৰলত বাঢ়িল ৭ পইচাকৈ।
  • আনহাতে প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পালে ১০ পইচাকৈ।
  • উল্লেখ্য যে, আগষ্ট মাহত দ্বিতীয় বাৰ বৃদ্ধি পাইছে পেট্ৰল-ডিজেলৰ মূল্য।