অর্থনীতি মুখ্য-পৃষ্ঠা ধাৰাবাহিকভাৱে নৱম দিনাও পেট্ৰল ডিজেলৰ মৃল্যবৃদ্ধি… ধাৰাবাহিকভাৱে নৱম দিনাও পেট্ৰল ডিজেলৰ মৃল্যবৃদ্ধি… asomiyapratidin 15 Jun 2020 11:08 IST Follow UsNew Updateকোৰোনাৰ সংহাৰৰ মাজতে ধাৰাবাহিকভাৱে নৱম দিনাও পেট্ৰল ডিজেলৰ মৃল্য।প্ৰতি লিটাৰ পেট্ৰলত ৪৮ পইচা আৰু ডিজেলত ৫৯ পইচাকৈ বৃদ্ধি।এই বৰ্দ্ধিত মূল্যৰ সৈতে, দিল্লীত প্ৰতি লিটাৰ পেট্ৰ'লৰ মূল্য ৭৬.২৬টকা।প্ৰতি লিটাৰ ডিজেলৰ মূল্য হলগৈ ৭৪.৬২ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক