বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য..

বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য..

author-image
asomiyapratidin
New Update
বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

প্ৰতিকী ফটো

  • আজি পুনৰ বৃদ্ধি পালে পেট্ৰ'ল আৰু ডিজেলৰ দাম।
  • প্ৰতিলিটাৰ পেট্ৰল'ত ১৬ পইচা আৰু প্ৰতিলিটাৰ ডিজেলত ১৭ পইচাকৈ বৃদ্ধি।
  • গুৱাহাটীত আজি প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭০.৬৬ টকা
  • আৰু প্ৰতিলিটাৰ ডিজেলৰ দাম ৬৬.৮১ টকা।