যদি আপুনি জিঅ’ৰ গ্ৰাহক, তেন্তে লওক এই সুবিধা…

যদি আপুনি জিঅ’ৰ গ্ৰাহক, তেন্তে লওক এই সুবিধা…

author-image
asomiyapratidin
New Update
জিঅ’ৰ নতুন অফাৰ! ১০০ টকাতে পাব ৪২ জিবি ৪জি ডাটা

ডিজিটেল ডেস্কঃ গ্ৰাহক প্ৰয়োজনৰ ওপৰত লক্ষ্য ৰাখি বিভিন্ন অফাৰ প্ৰদান কৰা টেলিকম কোম্পানী জিঅ'য়ে মুকলি কৰিছে দুটা নতুন ৰিচাৰ্ছ পেক। সাধাৰণতে জিঅ' গ্ৰাহক সকলৰ এটা অভিযোগ থাকে যে, দিনটোৰ বৈধতা সমাপ্ত হোৱাৰ পাছত জিঅ'ৰ ডাটা অতি লেহেমীয়া হৈ পৰে। এই অভিযোগত প্ৰতি সহাৰি জনায়েই জিঅ'ই মুকলি কৰিছে দুটা বিশেষ ৰিচাৰ্ছ পেক।

১৯ টকা আৰু ৫২ টকাৰ এই ৰিচাৰ্ছ পেক দুটাত গ্ৰাহকে লাভ কৰিব প্ৰতিদিনে ১৫০ এম বিৰ হাই স্পীড ডাটা লাভ কৰিব। আনলিমিটেড কলৰ উপৰি ১৯ টকীয়া পেকত প্ৰতিদিনে ২০ টা আৰু ৫২ টকীয়া পেকত ৭০ টা মেচেজৰ সুবিধা লাভ কৰিব। উল্লেখ্য যে, ১৯ টকীয়া পেকৰ বৈধতা ১ দিন আৰু ৫২ টকীয়া পেকৰ বৈধতা ৭ দিন।