/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/12/SPCC.jpg)
ডিজিটেল ডেস্কঃ পুৱাৰ ভাগতে আপুনি কিছু সকাহ পাব পৰা এটা খবৰ দিবলৈ ওলাইছো। এতিয়া পৰা আপুনি এটা চিলিণ্ডাৰ ১৯৪টকাতে ক্ৰয় কৰিব পাৰিব। আচৰিত হলেওঁ, এটা বিশেষ প্ৰক্ৰিয়াৰে এই অফাৰ আপুনিও লাভ কৰিব পাৰে।
দৰাচলতে অনলাইন পেমেন্ট কোম্পানী Paytmৱে শেহতীয়াকৈ গ্ৰাহকসকলৰ বাবে মুকলি কৰিছে এই বিশেষ অফাৰ। এই অফাৰৰ জৰিয়তে Paytmৰ যোগেদি যদি কোনো এজন গ্ৰাহকে চিলিণ্ডাৰ বুকিং কৰে তেন্তে সেই গ্ৰাহকজনে লাভ কৰিব পাৰে ৫০০টকাৰ কেছবেক।
এই কেছবেকৰ সুবিধা লাভ কৰিবলৈ গ্ৰাহকে প্ৰথমে PaytM ৰ জৰিয়তে Recharge & Pay Billsলৈ গৈ তাত থকা Book a cylinderত ক্লিক কৰিব লাগিব। ইয়াত গ্ৰাহকে পেমেন্ট কৰা পূৰ্বে FIRSTLPG প্ৰম কডো ভৰাব লাগিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us