দাম বাঢ়িল চিলিণ্ডাৰৰ…

দাম বাঢ়িল চিলিণ্ডাৰৰ…

author-image
asomiyapratidin
New Update
দাম বাঢ়িল চিলিণ্ডাৰৰ…

  • দাম বাঢ়িল ৰন্ধন গেছৰ।
  • ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰ (১৪.২ কেজি)ৰ বৃ্‌দ্ধি পালে ১৫ টকাকৈ।
  • দিল্লীত ৰাজসাহাৰ্যবিহীন ১৪.২ কেজিৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হলগৈ ৬০৫টকা।
  • উল্লেখ্য যে, বিগত মাহত ৰাজসাহাৰ্যবিহীন ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ১৫.৫০টকা বৃদ্ধি কৰিছিল।