বাম্পাৰ অফাৰ! স্মাৰ্টফোনত ৪ হাজাৰ টকালৈকে ৰেহাই!…

বাম্পাৰ অফাৰ! স্মাৰ্টফোনত ৪ হাজাৰ টকালৈকে ৰেহাই!…

author-image
asomiyapratidin
New Update
বাম্পাৰ অফাৰ! স্মাৰ্টফোনত ৪ হাজাৰ টকালৈকে ৰেহাই!…

ডিজিটেল ডেস্কঃএতিয়া ডিজিটেল যুগ। যুগৰ সৈতে খাপ খোৱাই চলিব পৰাকৈ এতিয়া সকলোৰে হাতত থাকে এটা স্মাৰ্টফোন। শেহতীয়াকৈ নকিয়া প্ৰতিষ্ঠানে স্মাৰ্টফোনৰ ক্ষেত্ৰত দিছে এক বিশেষ ৰেহাই। নকিয়াই ফ্ৰী গিফ্ট কাৰ্ড অফাৰৰ যোগেদি স্মাৰ্টফোনত প্ৰদান কৰিছে ৪ হাজাৰ টকালৈকে ৰেহাই।

নকিয়াই নিজৰ ৱেবচাইটত আৰম্ভ কৰা এই 'Nokia mobile fan festival'  অফাৰ ইতিমধ্যে আৰম্ভ কৰিছে। ১৭ জুলাইৰ পৰা ২৫ জুলাইলৈকে থাকিব এই ৰেহাইৰ ম্যাদ। এই অফাৰত গ্ৰাহকে Nokia 6.1 Plus, Nokia 7.1 and Nokia 8.1  ফোন কেইটা ফ্ৰী গিফ্ট কাৰ্ড অফাৰৰ যোগেদি ৪০০০ হাজাৰ টকা লৈকে ৰেহাই মূল্যত ক্ৰয় কৰিব পাৰিব। এই ফোন ক্ৰয় কৰাৰ সময়ত গ্ৰাহকে 'FANFESTIVAL' ক'ড ব্যৱহাৰ কৰিব লাগিব।