New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/NIRMALA-SITHARAMAN.jpg)
- পশু পালকসকলৰ বাবে সংবাদমেলত এটা ভাল খবৰ দিলে বিত্তমন্ত্ৰীয়ে।
- সকলো পোহনীয়া পশু ৰোগমুক্ত কৰাৰ বাবে পণ লোৱাৰ কথা ক'লে বিত্তমন্ত্ৰীয়ে।
- দেশৰ ৫৩ কোটি পোহনীয়া জীৱ-জন্তক টীকাকৰণ কৰা হ'ব বুলিও ঘোষণা।
- ইয়াৰ বাবে ১৩,৩৪৩ কোটি টকা ব্যয় কৰিব কেন্দ্ৰই।
- ইফাটে ডেইৰী উদ্যোগৰ বিকাশৰ বাবেও ১৫ হেজাৰ কোটি টকা ঘোষণা।
- গাখীৰ, ক্ৰীম, ঘি উৎপাদনকে ধৰি বিভিন্ন সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ দিয়া হ'ব এই পুঁজিৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us