New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/EX-NDbhUMAAMWMS.jpg)
- প্ৰৱাসী শ্ৰমিকৰ বাবে চৰকাৰে ৰাজ্য চৰকাৰসমূহলৈ প্ৰেৰণ কৰিছে ১১,০০০ কোটি টকা।
- কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৰিছে এই ঘোষণা।
- State Disaster Response Fund- জৰিয়তে চহৰৰ দুখীয়া লোকক সহায়ৰ লক্ষ্য।
- ৰাজ্যসমূহক State Disaster Response Fund- ব্যৱহাৰ কৰি প্ৰৱাসী শ্ৰমিকৰ বাবে আশ্ৰয়স্থল নিৰ্মাণ কৰি খাদ্য যোগানৰ লক্ষ্য।
- উল্লেখ্য যে, এই সমূহ কামৰ বাবেই চৰকাৰে ১১,০০০ কোটি টকা মুকলি কৰি দিছে।