New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/613c64a9-2c1d-46f6-8c81-6c86693c068f.jpg)
- প্ৰতিৰক্ষা ক্ষেত্ৰ শক্তিশালী কৰাৰ বাবে অধিক গুৰুত্ব দিয়া হ'ব আগন্তুক সময়ত।
- প্ৰতিৰক্ষা বিভাগৰ মেক ইন ইণ্ডিয়া পদ্ধতিৰে উন্নয়ন সাধন কৰা হ'ব।
- সেনাক অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ যোগান ধৰা হ'ব।
- সকলো অস্ত্ৰ-শস্ত্ৰ নিৰ্মাণৰ বাবে স্বদেশী প্ৰতিষ্ঠানক গুৰুত্ব দিয়া হ'ব।
- প্ৰতিৰক্ষা ক্ষেত্ৰৰ স্বদেশী সামগ্ৰী ক্ৰয়ৰ বাবে পৃথককৈ বাজেট ধাৰ্য কৰা হ'ব।
- প্ৰতিৰক্ষাৰ বাবে উতপাদিত বিভিন্ন সা-সামগ্ৰীৰ ক্ষেত্ৰত এফডিএই ৪৯-৭৪ শতাংশলৈ বৃদ্ধি।