New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/7eed3bb8-43cf-4f08-b0ff-bc707b7df13c.jpg)
- কৃষকসকলৰ উৎপাদিত সামগ্ৰীত বজাৰত যাতে উচিত মূল্য পায় তাৰ বাবে ব্যৱস্থা লৈছে কেন্দ্ৰই।
- চাপ্লাই চেইন উন্নীতকৰণ বাবে ৫০০ কোটি টকা ধাৰ্য।
- উৎপাদিত সামগ্ৰীত কৃষকে যাতে উচিত মূল্য লাভ কৰে তাৰ বাবে এই পদক্ষেপ।
- ইফালে ১৯৫৫ চনৰ জৰুৰী সামগ্ৰী উৎপাদন আইন সমশোধন কৰাৰ কথাও ক'লে বিত্তমনত্ৰীয়ে।
- সংশোধীত আইন অনুসৰি কৃষকে দেশৰ যিকোনো ৰাজ্যতে বিক্ৰী কৰিব পাৰিব কৃষি সামগ্ৰী।
- লগতে দেশৰ আলু, পিঁয়াজ, বিলাহীৰ ষ্টকৰ পৰিমাণ বৃদ্ধিৰ বাবে চৰকাৰে ল'ব বিশেষ ব্যৱস্থা।
- উৎপাদিত সামগ্ৰীবোৰ বিক্ৰীৰ বাবে ই কমাৰ্চৰো সহায় ল'ব কেন্দ্ৰই।