New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/05/613c64a9-2c1d-46f6-8c81-6c86693c068f.jpg)
- হাৰ্বেল খেতিৰ বাবে বিত্তমন্ত্ৰীয়ে কৰিলে ঘোষণা।
- ২ বছৰত ১০ লাখ হেক্টৰ মাটিত কৰা হ'ব হাৰ্বেল খেতি।
- এই খেতিৰ পৰা কৃষকসকলে আয় কৰিব প্ৰায় ৫০০০ কোটি টকা।
- এই আঁচনিৰ বাবে ৪ হেজাৰ কোটি টকা ধাৰ্য কৰিছে কেন্দ্ৰই।
- দেশৰ ঘৰুৱা চিকিতসাৰ ক্ষেত্ৰত অধিক উপযোগী হ'ব বুলি ঘোষণা কৰিলে কেন্দ্ৰীয় বিত্ত ৰাজ্যমন্ত্ৰী অনুৰাগ ঠাকুৰে।