অর্থনীতি
গুৱাহাটীত আজি কিমান দাম হ’ল পেট্ৰ’ল-ডিজেলৰ
- পুনৰ বৃদ্ধি পাইছে পেট্ৰ'লিয়াম সামগ্ৰীৰ মূল্য।
- গুৱাহাটীত সোমবাৰে প্ৰতিলিটাৰ পেট্ৰ'লত বৃদ্ধি পায় ০.৮ পইচা।
- ইয়াৰ পিছতে পেট্ৰ'লৰ দাম হৈ পৰে ৬৯.৬৬ টকা প্ৰতিলিটাৰ।
- তাৰ বিপৰীতে বৃদ্ধি পাইছে ডিজেল মূল্যও।
- সোমবাৰে প্ৰতিলিটাৰ ডিজেলৰ মূল্য হৈ পৰে ৬৪.০৪ টকা।
- ইয়াৰ পূৰ্বে দেওবাৰে এই মূল্য আছিল ৬৩.৩৮ টকা।
- প্ৰতিলিটাৰ ডিজেলত বৃদ্ধি পাইছে ০.৬৬ টকা।