মহিলাৰ উন্নয়ৰ বাবে নাৰী টু নাৰায়ণী আঁচনি…

মহিলাৰ উন্নয়ৰ বাবে নাৰী টু নাৰায়ণী আঁচনি…

author-image
asomiyapratidin
New Update
মহিলাৰ উন্নয়ৰ বাবে নাৰী টু নাৰায়ণী আঁচনি…

  • মহিলা উন্নয়নৰ বাবে নাৰী টু নাৰায়ণী আঁচনিৰ ঘোষণা।
  • ১৭ খন পৰ্যটনস্থলী বিশ্বমানৰ কৰাৰ প্ৰস্তাৱ।
  • চৰকাৰী বেংকলৈ ১৭ হাজাৰ কোটি টকাৰ ৰাজ সাহায্য।
  • জনধন আঁচনিৰে মহিলাক ৫ হাজাৰ টকাৰ অভাৰড্ৰাফ্ট।
  • বেংক ব্যৱস্থাত সাধন হ'ব পৰিবৰ্তন।
  • ৬ টা বেংকক সংকট কালৰ পৰা ৰক্ষা কৰিছে চৰকাৰে।
  • পৰৱৰ্তী ৫ বছৰত ১০০ লাখ কোটি টকা বিনিয়োগৰ লক্ষ্য।
  • আন্তঃগাঁঠনিত অহা ৫ বছৰত বিনিয়োগ হ'ব ধন।
  • ঘৰে ঘৰে বেংক আৰু অনলাইন বেংকিঙৰ ব্যৱস্থা।
  • ৰে'ল ষ্টেছনৰ আধুনিকীকৰণৰ কাম আৰম্ভ হ'ব এই বছৰৰ পৰা।
  • আৰ বি আইৰ অধীনলৈ গৃহ ঋণ প্ৰদানৰ কোম্পানী।