New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/DvKDl7iVYAEgqcg.jpg)
- আজি মুকলি কৰা হ'ল নতুন ১০০ টকীয়া মুদ্ৰা।
- প্ৰাক্তন প্ৰধানমন্ত্ৰী স্মৃতিত এই মুদ্ৰা মুকলি ।
- নতুন ১০০ টকীয়া মুদ্ৰা মুকলি কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।
- দিল্লীৰ সংসদ ভৱনৰ এক অনুষ্ঠানত মুকলি কৰা হয় এই মুদ্ৰা।
- অনুষ্ঠানত অমিত শ্বাহ, বিত্ত মন্ত্ৰী অৰুণ জেটলী উপস্থিত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us