বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য…

বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য…

author-image
asomiyapratidin
New Update
দাম বাঢ়িল চিলিণ্ডাৰৰ…

  • বৃদ্ধি পালে ৰাজসাহাৰ্য্য নথকা ৰন্ধন গেছৰ মূল্য।
  • প্ৰতিতো চিলিণ্ডাৰত বৃদ্ধি পালে ১৬ টকাকৈ।
  • ২ টা মাহৰ পাছত বৃদ্ধি পালে ৰাজসাহাৰ্য্য নথকা ৰন্ধন গেছৰ মূল্য।
  • মূল্য বৃদ্ধিৰ পাছত বৰ্তমান দিল্লীত প্ৰতিটো চিলিণ্ডাৰৰ দাম হৈছে ৫৯০ টকা।
  • আনহাতে কলকাতাত চিলিণ্ডাৰৰ মূল্য হৈছে ৬১৬.৫০ টকা।