New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/08/lpg-cylinders-1564631965.jpg)
- বুধবাৰে অথাৎ ১২ ফেব্ৰুৱাৰীত বৃদ্ধি পালে ৰন্ধন গেছৰ মূল্য।
- ইণ্ডিয়ান অইলৰ ৱেবচাইটৰ পৰা লাভ কৰা তথ্যনুসৰি, ৰাজসাহায্যবিহীন প্ৰতিটো চিলিণ্ডাৰত বৃদ্ধি পালে ১৫০ টকাকৈ।
- ১৪ কিঃগ্ৰাঃ চিলিণ্ডাৰত বৃদ্ধি পালে ১৪৪.৫০-১৪৯ টকাকৈ।
- ১২ ফেব্ৰুৱাৰীৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নিৰিখ।
- উল্লেখ্য যে, ২০২০ৰ পহিলা জানুৱাৰীতো বৃদ্ধি হৈছিল ৰন্ধন গেছৰ মূল্য।