New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/11/lpg-3_650x400_61496935944.jpg)
- পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম।
- প্ৰতিটো ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ দাম ২.৯৪ টকা বৃদ্ধি।
- ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম বৃদ্ধি পালে ৬০ টকাকৈ।
- বুধবাৰে মাজনিশাৰ পৰা কাৰ্যকৰী হ'ল নতুন নিৰিখ।
- জুন মাহৰ পৰা বৰ্তমানলৈ ষষ্ঠবাৰৰ বাবে বৃদ্ধি ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ দাম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us