আত্ম সহায়ক গোটৰ প্ৰতিজন সদস্যই লাভ কৰিব ১ লাখ টকাকৈ ঋণঃ বিত্তমন্ত্ৰী

আত্ম সহায়ক গোটৰ প্ৰতিজন সদস্যই লাভ কৰিব ১ লাখ টকাকৈ ঋণঃ বিত্তমন্ত্ৰী

author-image
asomiyapratidin
New Update
এতিয়ালৈকে বাজেটৰ মূল কথাবোৰ…

  • আত্ম সহায়ক গোটৰ প্ৰতিজন সদস্যই লাভ কৰিব ১ লাখ টকাকৈ ঋণ।
  • মুদ্ৰা নিধিৰ অধীনত লাভ কৰিব এই ঋণ।
  • ভাৰতীয় পাৰপত্ৰ থকা এন আৰ আইয়ে পাব আধাৰ কাৰ্ড।
  • প্ৰৱাসী ভাৰতীয়ই পাছপ'ৰ্টৰ লগতে এতিয়া লাভ কৰিব আধাৰ কাৰ্ডো।
  • দেশলৈ ঘূৰি অহাৰ লগে লগে লাভ কৰিব এই আধাৰ কাৰ্ড।
  • বিগত বছৰত বেংকৰ এন পি এ হ্ৰাস।
  • ৪ খন দেশত খোলা হ'ব ভাৰতীয় দূতাবাস।