অর্থনীতি মুখ্য-পৃষ্ঠা দেওবাৰে দাম কমিল… দেওবাৰে দাম কমিল… asomiyapratidin 20 Oct 2019 10:04 IST Follow UsNew Updateদেওবাৰেও স্থিৰাৱস্থতাতে থাকিল পেট্ৰ'লৰ মূল্য।বিগত ৫ দিন ধৰি বৃদ্ধি হোৱা নাই পেট্ৰ'লৰ মূল্য।ইয়াৰ বিপৰীতে ধাৰাবাহিকভাৱে তৃতীয় দিনাও হ্ৰাস পালে ডিজেলৰ মূল্য।প্ৰতি লিটাৰ ডিজেলত দেওবাৰে হ্ৰাস পালে ৭৮ পইচাকৈ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক