অর্থনীতি মুখ্য-পৃষ্ঠা শনিবাৰৰ এটা ভাল খবৰ… শনিবাৰৰ এটা ভাল খবৰ… asomiyapratidin 07 Sep 2019 11:09 IST Follow UsNew Updateভাল খবৰ, তৃতীয় দিনাও হ্ৰাস পালে পেট্ৰল ডিজেলৰ মূল্য।শনিবাৰে প্ৰতি লিটাৰ পেট্ৰলত হ্ৰাস পালে ৯ পইচাকৈ।বিগত ৩ দিনত প্ৰতি লিটাৰ পেট্ৰলত হ্ৰাস পালে ২৪ পইচা।আনহাতে হ্ৰাস পাইছে ডিজেলৰ মূল্যও।প্ৰতি লিটাৰ ডিজেলত হ্ৰাস পালে ৫ পইচাকৈ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক