ভাল খবৰ, হ্ৰাস পালে…

ভাল খবৰ, হ্ৰাস পালে…

author-image
asomiyapratidin
New Update
হ্ৰাস পালে  ডিজেলৰ মূল্য, কিন্তু…

  • সোমবাৰে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ দাম।
  • প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পালে ১৪ পইচাকৈ।
  • ডিজেলত হ্ৰাস পালে প্ৰতিলিটাৰত ৫ পইচাকৈ।
  • দিল্লীত প্ৰতিলিটাৰ পেট্ৰ'লৰ দাম ৭২.৯৬ টকাৰ বিপৰীতে ডিজেলৰ দাম ৬৬.৫৯ টকা।