জিঅ’ৰ নতুন অফাৰ, একেলগে ৬মাহলৈ কৰি লওঁক ৰিচাৰ্জ

জিঅ’ৰ নতুন অফাৰ, একেলগে ৬মাহলৈ কৰি লওঁক ৰিচাৰ্জ

author-image
asomiyapratidin
New Update
জিঅ’ৰ বাম্পাৰ অফাৰ, বিনামূল্যে ৫ দিনৰ বাবে ইন্টাৰনেট সেৱা!

ডিজিটেল ডেস্কঃ ভাৰতৰ টেলিকম বজাৰত জিঅ' প্ৰৱেশ কৰাৰ পাছতে সলনি হৈছে দেশৰ অন্য নেটৱৰ্কসমূহৰ প্ৰেক্ষাপট। ইটোৰ পিছত সিটো লাভজনক অফাৰ প্ৰদান কৰা জিঅ'ৰ গ্ৰাহকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। শেহতীয়াকৈ জিঅ'ই ঘোষণা কৰিছে এক নতুন অফাৰ। গণতন্ত্ৰ দিৱস উপলক্ষ্যে জিঅ'ই ঘোষণা কৰা এই অফাৰৰ জৰিয়তে আপুনি ৬ মাহলৈ একেলগে কৰি ল'ব পাৰিব ৰিচাৰ্জ।

এই অফাৰত আপুনি ৫৯৪ টকাৰ ৰিচাৰ্জত ৬ মাহৰ বাবে লাভ কৰিব জিঅ'ৰ সকলো সুবিধা। কিন্তু জিঅ'ই প্ৰতিদিনে প্ৰদান কৰা ১০৫ জিবি ডাটাৰ পৰিৱৰ্তে এই অফাৰত প্ৰতিদিনে লাভ কৰিব ৫০০ এম বি ৪জি ডাটা। ইয়াৰ লগতে আনলিমিটেড ল'কেল আৰু এছ টি ডি কলৰ সুবিধাও থাকিব। উল্লেখ্য যে, জিঅ'ৰ এই সুবিধা নতুনকৈ জিঅ'ৰ সেৱা গ্ৰহণ কৰা সকলেহে লাভ কৰিব পাৰিব।