দেশৰ কেইখনমান ৰাজ্যত বন্ধ হ’ব জিঅ’ৰ সেৱা!

দেশৰ কেইখনমান ৰাজ্যত বন্ধ হ’ব জিঅ’ৰ সেৱা!

author-image
asomiyapratidin
New Update
জিঅ’ৰ অফাৰ, একেলগে কৰক ৬ মাহলৈ ৰিচাৰ্জ…

ডিজিটেল ডেস্কঃ দেশৰ সবাতোকৈ জনপ্ৰিয় টেলিকম প্ৰতিষ্ঠান জিঅ'। অতি কম দিনৰ ভিতৰতে আকৰ্ষণীয় অফাৰেৰে গ্ৰাহকক আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা জিঅ'ৰ বৰ্তমান গ্ৰাহকৰ সংখ্যা ২৫০ মিলিয়ন। কিন্তু শেহতীয়াকৈ আহিছে এটা বেয়া খবৰ। ভাৰতবৰ্ষৰ কেইখনমান ৰাজ্যত বন্ধ হ'ব পাৰে জিঅ'ৰ সেৱা। ৰাজ্য কেইখন হৈছে মহাৰাষ্ট্ৰ, দিল্লী আৰু পশ্চিম বংগ।

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি অনিল আম্বানীৰ ৰিলায়েন্স কমিউনিকেছনৰ সৈতে জিঅ'ৰ এক চুক্তি সম্পন্ন হ'ব। এই চুক্তিৰ জৰিয়তে জিঅ'ই ৰিলায়েন্সৰ পৰা ক্ৰয় কৰিব নেটৰ্ৱক। যদিহে সুকলমে এই চুক্তি সম্পাদন হয় তেতিয়াহে এই তিনিৰাজ্যত চলি থাকিব জিঅ'ৰ সেৱা। চুক্তি সম্পাদন নহ'লে এই ৰাজ্যকেইখনত কিছু কিছু জিলাত বন্ধ হ'ব পাৰে জিঅ'ৰ সেৱা।