/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/job.jpg)
ডিজিটেল ডেস্কঃ চাকৰি ওলাইছে। তেল কোম্পানী ইণ্ডিয়ান অইলত ওলাইছে এই চাকৰি। মুঠ ২৫ টা পদৰ বাবে হ'বলগা এই নিযুক্তিৰ বাবে সবিশেষ জানিব পাৰিব ইণ্ডিয়াল অইলৰ ৱেবচাইট
iocl.com ত ।
নিযুক্তি হ'বলগীয়া এই দুটা পদ হৈছে অনুসন্ধান অধীক্ষক আৰু মুখ্য অনুসন্ধান প্ৰৱন্ধক। এই নিযুক্তিৰ বাবে প্ৰাৰ্থীৰ বয়স ৪৫ বছৰৰ ভিতৰত হ'ব লাগিব। মাহিলী দৰমহা ৬০ হাজাৰৰ পৰা ১ লাখ ৮০ হাজাৰ টকাৰ ভিতৰত।
নিযুক্তিৰ বাবে আবেদন পত্ৰৰ শেষ তাৰিখ চলিত বৰ্ষৰ ২১ মে'। আবেদনৰ বাবে প্ৰাৰ্থী সকলে ৩০০ টকাৰ মাচুল জমা দিব লাগিব।