New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2020/07/c4531ed4-1a45-4019-9db2-096311cb13f7.jpg)
ডিজিটেল ডেস্কঃ ২০১৯-২০বৰ্ষৰ দেশৰ ভিতৰতে সবাতোকৈ বেছি দৰমহা পোৱা বেংক বিষয়াজন কোন জানেনে! বিগত বিত্তীয় বৰ্ষত ১৮.৯২কোটি টকাৰ দৰমহা লাভ কৰা এই বিষয়াজন হৈছে আদিত্য পুৰী। ব্যক্তিগত খণ্ডৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান এইচ ডি এফ চি বেংকৰ মেনেজিং ডাৰেক্টৰ পদত অধিষ্ঠিত পুৰীৰ দৰমহা ২০১৯-২০ বিত্তীয় বৰ্ষত প্ৰায় ৩৮ শতাংশ বৃদ্ধি পাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us