New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/433235-petrol-diesel-price1.jpg)
প্ৰতীকি ফটো
- গুৱাহাটীত মঙলবাৰে পূৰ্বৰ তুলনাত হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।
- মঙলবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭১.৬৫ টকা।
- গুৱাহাটীত মঙলবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৫.১০ টকা।
- সোমবাৰৰ তুলনাত ৩১ পইচা প্ৰতিলিটাৰ পেট্ৰ'লত হ্ৰাস পাইছে।
- সোমবাৰৰ তুলনাত ২৯ পইচা প্ৰতিলিটাৰ ডিজেলত হ্ৰাস পাইছে।