অর্থনীতি গুৱাহাটী সোমবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য… সোমবাৰে গুৱাহাটীত পেট্ৰ’ল-ডিজেলৰ মূল্য… asomiyapratidin 03 Feb 2020 09:54 IST Follow UsNew Updateফাইল ফটো সোমবাৰে কিছু পৰিমাণে হ্ৰাস পালে পেট্ৰ'ল-ডিজেলৰ মূল্য।গুৱাহাটীত সোমবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৫.৩০ টকা।দেওবাৰে এই মূল্য আছিল ৭৫.৫৭ টকা।গুৱাহাটীত সোমবাৰে ডিজেলৰ মূল্য ৬৯.১৮ টকা।দেওবাৰে এই মূল্য আছিল ৬৯.৪৫ টকা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক