New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/petrolnew-ki6H-621x414@LiveMint.jpg)
ফাইল ফটো
- গুৱাহাটীত সোমবাৰে পেট্ৰ'লৰ মূল্য প্ৰতিলিটাৰত ৭৪.৪৮ টকা।
- দেওবাৰে এই মূল্য আছিল ৭৪.৫২ টকা।
- গুৱাহাটীত সোমবাৰে ডিজেলৰ মূল্য প্ৰতিলিটাৰত ৬৮.০১ টকা।
- দেওবাৰে এই মূল্য আছিল ৬৮.০৪ টকা।
- উল্লেখ্য যে, বিগত কিছুদিন ধৰি ইন্ধনৰ মূল্যৰ তাৰতম্য ঘটি আছে।
- কেতিয়াবা যদি হ্ৰাস পাইছে পৰৱৰ্তী সময়ত পুনৰ সেই মূল্য বৃদ্ধি পাইছে।