New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/d2307c19-cc9f-4bca-8574-5bd924761d43.jpg)
প্ৰতীকি ফটো
- শুকুৰবাৰৰ পৰা ৫ দিনৰ বাবে বন্ধ থাকিব দেশৰ চৰকাৰী বেংকসমূহ।
- বেংক কৰ্মচাৰীৰ কেইবাটাও চৰ্ত মানি লোৱাৰ দাবীত পালন কৰিব কৰ্মবিৰতি।
- ইউনাইটেড ফ'ৰাম অব বেংক ইউনিয়নে ২১ আৰু ২৬ ডিচেম্বৰত পালন কৰিব এই কৰ্মবিৰতি।
- প্ৰধানত কৰ্মচাৰীসকলক দ্বিপাক্ষিক ভাট্টা প্ৰদানৰ দাবী।
- শনিবাৰে চতুৰ্থ শনিবাৰ, দেওবাৰ আৰু ২৫ ডিচেম্বৰত বৰদিনৰ বাবে বন্ধ থাকিব বেংকসমূহ।
- ইয়াৰ মাজতে ২৪ ডিচেম্বৰত খোলা থাকিব বেংকসমূহ।
- এনেদৰে কেইবাদিনো ধৰি বেংক বন্ধ থকাক লৈ চিন্তাত পৰিছে গ্ৰাহকসকল।