চাবস্ক্ৰাইব কৰক

0

  • Sign in with Email

By clicking the button, I accept the Terms of Use of the service and its Privacy Policy, as well as consent to the processing of personal data.

Don’t have an account? Signup

  • Manage Subscription
  • Bookmarks
  • My Profile
  • Log Out
  • E-Paper
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • কনক্লেভ ২০২৫
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিনোদন
  • জীৱন শৈলী
  • স্বাস্থ্য
  • অর্থনীতি
  • সম্পাদনা মেজ
    • বিশেষ প্ৰতিবেদন
    • মোৰ মত
ad_close_btn
  • গুৱাহাটী
  • অসম
  • ৰাষ্ট্ৰীয়
  • আন্তঃৰাষ্ট্ৰীয়
  • উত্তৰ-পূব
  • ক্রীড়া-জগত
  • বিশেষ লেখা
  • অর্থনীতি
  • স্বাস্থ্য
  • জীৱন শৈলী

Powered by :

আপুনিসফলতাৰেনিউজলেটাৰতচাবস্ক্ৰাইবকৰিছে.
অর্থনীতি ৰাষ্ট্ৰীয়

১ আগষ্টৰ পৰা এছ বি আই গ্ৰাহকলৈ সুখবৰ…

১ আগষ্টৰ পৰা এছ বি আই গ্ৰাহকলৈ সুখবৰ…

author-image
asomiyapratidin
22 Jul 2019 22:11 IST

Follow Us

New Update
এছ বি আয়ে বন্ধ কৰিব ইন্টাৰনেট বেংকিং!

ডিজিটেল ডেস্কঃ ১ আগষ্টৰ পৰা এছ বি এ গ্ৰাহকসকলে লাভ কৰিব বিশেষ সুবিধা। এছ বি আইৰ জৰিয়তে ধনৰ লেনদেন কৰা সকলৰ বাবে এই সুখবৰ।বিনামূলীয়া হ'ব আই এম পি এছ সেৱা। লগতে অনলাইন টকা ট্ৰেন্সফাৰ কৰাৰ তিনিটা বিকল্প এন টি এফ, আৰ টি জি এছ, আই এন পি এছৰ জৰিয়তে বিনামূলীয়াকৈ হস্তান্তৰ কৰিব পাৰিব ধন।

যি সময়ত সেই ধন কোনো লোকলৈ আই এন পি এছৰ জৰিয়তে পঠিয়াই, সেই একে সময়তে আপুনি দিয়া ধন জমা হ'ব একাউণ্টত। বন্ধ দিনটো এই সেৱা উপলব্ধ হ'ব। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে বন্ধ দিনত এই ধন এনইএফটি বা আৰ টি জি এছৰ জৰিয়তে পঠিয়ালে কৰ্মৰ দিনতহে এই ধন জমা হৈছিল। এতিয়া সপ্তাহৰ সাতোটা দিনতে এই ধন হস্তান্তৰ কৰিব পাৰিব।

এজন গ্ৰাহকে ন্যূনতম এটকা আৰু সৰ্বাধিক ২ লাখ টকা ২৪x৭ আই এন পি এছৰ দ্বাৰা ফাণ্ড ট্ৰেন্সফাৰ কৰাৰ সুবিধা উপলব্ধ কৰিব এছ বি আইয়ে।

আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক
logo

সম্পৰ্কিতপ্ৰবন্ধসমূহ
পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক
শেহতীয়া প্ৰৱন্ধসমূহ
আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওক

Powered by


Subscribe to our Newsletter!




Powered by
ভাষানিৰ্বাচনকৰক
assamese

এইপ্ৰবন্ধটোশ্বেয়াকৰক

যদিআপুনিএইপ্ৰবন্ধটোপচন্দকৰেআপোনাৰবন্ধুবান্ধৱকোশ্বেয়াকৰক।
তেওঁলোকেআপোনাকপাছতধন্যবাদজনাব

ফেচবুক
টুইটাৰ
ৱাটছএপ

কপি কৰা হৈছে!